গুৱাহাটী আৰু উত্তৰ পূর্বাঞ্চলত ড: পলাশজ্যোতি মজুমদাৰৰ দ্বাৰা চুলি সংৰোপন ব্যৱস্থা

আমাদের সম্পর্কে

ডাউন টাউন আৰোগ্যম চুলি সংৰোপন চিকিৎসা কেন্দ্রই ইতিমধ্যে গৌৰৱময় তিনিটা বর্ষ অতিক্রম কৰিছে আৰু অসমকে ধৰি

মেঘালয়, নাগালেণ্ড, অৰুণাচল, মিজোৰাম, ত্রিপুৰা আৰু মণিপুৰৰ ৩০০ (তিনিশ)তকৈ অধিক ৰোগীক চিকিৎসা প্রদান কৰি সুফল লাভ কৰিছে।

ড: পলাশজ্যোতি মজুমদাৰ আৰু ডাউন টাউন আৰোগ্যম কেশ সংৰোপন চিকিৎসা কেন্দ্রই অসম তথা উত্তৰ-পূর্বাঞ্চলত সর্বপ্রথম সর্বোত্তম চিকিৎসা পদ্ধতিৰে

FUE মাধ্যমেৰে চুলি পুনৰ সংৰোপনৰ পথ মুকলি কৰিছে যি আটাইতকৈ কার্যক্ষম, পীড়াহীন আৰু সম্পূর্ণ আৰামদায়ক চিকিৎসা।

img

why choose us

প্রতিটো ক্লিনিকে তেওঁলোকৰ কামখিনি সত্য আৰু সঠিক বুলি সদায়েই দাবী কৰে যদিও এইটো বিচাৰ বিবেচনা কৰাটো যথেষ্ট টান কাম। কিন্তু আটাইতকৈ ভাল ফলাফল পাবলৈ হলে এইটো অতি প্রয়োজন। হেয়াৰ ট্রাঞ্চপ্লেন্টৰ বিষয়ে এইটো এটা প্রতিষ্ঠিত নিয়ম, কিন্তু সস্তাৰ ক্লিনিকবোৰে উজু আৰু চমু বাটেৰে ধন ঘটিবলৈ সদায়েই চেষ্টা চলাই থাকে। ইয়াৰ বাবে ব্যৱহৃত যন্ত্রপাতি যিমানখিনি সম্ভব কম দামত কিনিলৈ সেইবোৰ ব্যৱহাৰ কৰি অধিক লাভৰ চেষ্টা কৰি থাকে।

cost in hair transplant

Cost in Hair Transplant procedures vary widely.

সংৰোপন পদ্ধতি লৈয়ো খৰচৰ তাৰতম্য হ'ব পাৰে।

A graft is a collection of hair follicles - hair follicles do not exist singly but are grouped into clusters and these clusters are called follicular units or grafts. Grafts are extracted and planted individually and each graft contains 1,2,3 or even more number of hairs. Strip method তকৈ FUEত খৰচ বেছি, কিন্তু FUE আটাইতকৈ নির্ভৰযোগ্য পদ্ধতি। অতি কম সংখ্যক চিকিৎসকৰহে এই চিকিৎসাৰ জ্ঞান আছে। FUE পদ্ধতিয়ে Strip methodতকৈ বহু বেছি সময়ো লয়।

অতি উচ্চ পর্যায়ৰ সুবিধাযুক্ত চিকিৎসালয়ৰ খৰচ এখন কম সুবিধাযুক্ত চিকিৎসালয় এখনতকৈ বেছি হোৱাটো স্বাভাৱিক।

  • স্থান বিশেষেও খৰচৰ পার্থক্য থাকে।
  • এখন বৃহৎ মহানগৰতকৈ সৰু নগৰত খৰচ বহু কম হ'ব।
  • ব্যক্তি বিশেষেও তাৰতম্য হ'ব পাৰে।
 
img

Contact Us

Contact Information for Dr. P. J. Mazumdar
ড০ পলাশজ্যোতি মজুমদাৰ
আৰোগ্যম চুলি সংৰোপন কেন্দ্র

সাক্ষাতৰ সময়:

অৱস্থিতি
ডাউন টাউন হস্পিটেল
গুৱাহাটী, অসম
ফোন ০৯৮৬৪০১৪০৪৬

ডাউন টাউন হস্পিটেল:
দেওবাৰৰ বাহিৰে আন সকলো দিনত দুপৰীয়া ১২ বজাৰ পৰা ৫ বজালৈ
ডাউন টাউন চুলি সংৰোপন কেন্দ্র কোঠা ১১৫, ১ নম্বৰ বিল্ডিং, ডাউন টাউন হস্পিটেল

আৰোগ্যম মাল্টি স্পেছিযেলিটি হেল্থ ক্লিনিক
দেওবাৰৰ বাহিৰে আন সকলো দিনত দুপৰীয়া ১২ বজাৰ পৰা ৭ বজা ঠিকনা:
আৰোগ্যম মাল্টি স্পেছিযেলিটি হেল্থ ক্লিনিক ৰুক্মীনিগাওঁ, জি এছ ৰোড, ডাউন টাউন হস্পিটেলৰ পৰা প্রায় ৫০ মিটাৰ দূৰত্বত, ছয়মাইলৰ দিশে
PIBCO আৰু HDFC বেংকৰ বিপৰীত দিশত. ফোন: ০৯৮৫৪০৪১১১১, ০৩৬১২২৬৭৮৯৫

মুঠ খৰচ বা আন আন তথ্যৰ বিষয়ে জানিবলৈ বা সাক্ষাতৰ বাবে এই নম্বৰত এছ এম এছ বা ফোন কৰক ০৯৮৬৪০১৪০৪৬ বা ইমেইল কৰক arogyam@hairtransplantguwahati.com

F.A.Q

সততে উত্থাপন হোৱা প্রশ্নবোৰ:

নহয়। চুলি সৰা বা অন্য সমস্যাৰ চিকিৎসাও আমাৰ লগত আছে। যেতিয়া এজন লোকে আমাৰ লগত তেওঁৰ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ আহে, তেতিয়া প্রথমে আমি তেওঁৰ চুলিৰ প্রধান সমস্যাবিলাক জানি বুজি লওঁ আৰু তাৰ উচিত চিকিৎসাৰ পথ নিৰূপন কৰো। ঔষধৰ দ্বাৰা বিভিন্ন চুলিৰ সমস্যাৰ পৰা উপশম পোৱা যায়। যিবোৰ সমস্যা দৰবৰ দ্বাৰাই চিকিৎসা কৰাৰ ৰাস্তা থাকে প্রথমতে দৰৱেই প্রয়োগ কৰা যায়। যেতিয়া চুলি সংৰোপন অতি প্রয়োজনীয় তেতিয়াহে চুলি সংৰোপন কৰা যায়।

এই কৃত্রিম ব্যৱস্থাত খৰচৰ মাত্রাক লৈ সকলো ৰোগীয়েই চিন্তিত হয়। প্রত্যেকে জানিব বিচাৰে সমগ্র চিকিৎসা ব্যয় আৰম্ভণিৰ পৰা পিছলৈ উত্তম, আলপৈছান ধৰালৈকে ব্যয়ৰ পৰিমাণ কিমান হ'ব পাৰে। চুলি সংৰোপনত কেইবাটাও বিষয়ত খৰচ আহিব পাৰে। ষ্ট্রিপ মেথডতকৈ FUE মেথডত খৰচ বেছি। ডাউন তাউন হেয়াৰ ট্রেন্ষপ্লেণ্ট চেনটাৰে FUEৰ দ্বাৰা উত্তৰ পূর্বাঞ্চলৰ ৰোগীসকলক একেবাৰে কম খৰচতে এই চিকিৎসা প্রদানৰ প্রতিশ্রুতি ৰক্ষা কৰিছে।

চুলি সংৰোপনৰ খৰচৰ বিষয়ে অধিক জানিবলৈ এই কথাখিনি পঢ়ক

Our Results

Gallery of Hair Transplant cases of Arogyam Hair Transplant Clinic Guwahati
image
image
image

Our Articles

 

চুলি সৰাৰ চিকিৎসা কি আছে? ইয়াক কিদৰে ৰোধ কৰিব পাৰি? চুলি সৰাৰ চিকিৎসা কৰাৰ কিবা কার্যকৰী বিশ্বাসযোগ্য চিকিৎসা পদ্ধতি আছেনে?

অতি পুৰণি কালৰ পৰাই অসংখ্য পুৰুষক এই প্রশ্নবিলাকে আমনি দি আহিছে। যুগ যুগান্তৰৰ এই উত্তৰহীন প্রশ্নৰ সম্পূর্ণ বিজ্ঞানসন্মত উত্তৰ একৈশ শতিকাত পোৱা গ'ল- চুলি সংৰোপন (H.T.) ব্যৱস্থাৰ দ্বাৰা। FUE প্রক্রিয়াৰে সম্ভৱ হোৱা এই অত্যাধুনিক চিকিৎসা বর্তমান অসমৰ গুৱাহাটীকে ধৰি সমগ্র উত্তৰ পূর্বাঞ্চলত উপলব্ধ।

Continue reading

ুলি সংৰোপন হৈছে সেই ব্যৱস্থা য'ত এজন ৰোগীৰ তপা হোৱা অংশলৈ আন অংশৰ পৰা চুলি তুলি আনি সংৰোপন কৰা হয়।

প্রাথমিকতে এই পদ্ধতি কেৱল পুৰুষৰ ক্ষেত্রতে ব্যৱহাৰ হ'লেও মহিলাৰ ক্ষত্রতো প্রযোজ্য কৰিব পৰা হ'ল। চুলি দহন, অস্ত্রোপচাৰজনিত কাৰণ অথবা চাপজনিত ৰোগত চুলি নাইকিয়া হ'লেও এই পদ্ধতিত স্থায়ী ফল পোৱা যায়।

Continue reading

image

Dr. P. J. Mazumdar is the only ABHRS

(American Board of Hair Restoration Surgery) Certified Diplomate in the NE. American Board Certification is achieved through a long process requiring evidence of excellent results and skilled experience, and passing a tough oral and theoretical examination. It ensures adherence to international norms of the ISHRS and ABHRS.

Read More

Quote Of The Day

Lorem ipsum dolor sit amet consectetur adipiscing elit magnis lectus, etiam facilisis semper nam varius dictumst posuere class justo nunc, vulputate turpis at tellus fusce diam sociosqu rutrum. n hac nascetur vehicula dui tincidunt massa viverra dis mi, tempus pellentesque rhoncus felis nostra malesuada nisl habitasse id mus, faucibus parturient magnis neque est sollicitudin iaculis donec.

Our testimonials

Read More

Google Review

Please leave a Google Review

if you have enjoyed our services 

Review Us

Contact us

For more info on Hair Transplant, fill in the details below and submit: Our Representative will contact you very shortly.

New: Online consultation tool for graft estimate.

Upload five pictures of your head - front, back,top, left and right profile, to get an estimate of the grafts that you will need.

Quality assuarance

Arogyam Hair Transplant Clinic takes several steps to ensure that quality is maintained for each and every patient. The key to quality maintenance is to implement quantizable quality standards and maintain proper documentation and review of processes. Downtown Hospital is an ISO 9001:2008 and NABH accredited hospital which demands strict adherence to quality control.Steps taken are:

100% safety assurance: all procedures are done in the main OT of Downtown Hospital with its full complement of anesthesiologists and critical care specialists. Hence patients are assured of full safety standards at the same level as that of major surgeries including transplant surgeries.

100% sterilization assurance: since procedures are done in the major OT full sterilization is maintained. Fumigation is done every week and swab tests are done to check for contamination.

Best instrumentation: Arogyam Hair Transplant Clinic uses the best available instruments like 6X Heine Loupe for precision and accuracy, Blunt Titanium punches which avoids damage and transection of the grafts, Choi implanters to standardise the process of planting and prevent damage during planting, Major OT level sterilization, fumigation and autoclaving of all instruments, etc.

Efficiency count: Efficiency counts for FUE like transection rates and speed of transplant are noted and documented for each case and reviewed every 10 cases. Arogyam Hair Transplant achieves international standards of transection and speed consistently.

Correct recepient density: To ensure correct recepient density, 'density stamps' are used to ensure proper density is achieved. Angle and direction of hair is meticulously maintained.

Out of body time: The out of body time, the time for which the graft is outside the body, is the most critical factor for success in hair transplant. Aroyam Hair Transplant follows a special procedure to ensure that this time is the minimum. This is done by doing only 500-600grafts at a time and then replanting them. This ensures that time out of body is less than or equal to1 hour only. This is the shortest period acheivable. Many centers do upto 2000-2500 grafts at a time so that time out of body goes upto 4-5 hours. We are proud of our time out of body quantum. Though this may cause some sacrifice of time but results are more important.

Follow up: follow up period is critical for the patient when there are many doubts and anxieties in his mind. In our clinic, Dr. P. J. Mazumdar will remain always accessible to the patient directly on his personal cell for any questions the patient may have during this period.

The academic certificates of Dr. P. J. Mazumdar may be examined here: Academic Certificates. His resume can be perused here: Resume. To find the contact address and other details, go to Contact. The blog contains various blog posts mainly on Hair Transplant. The Forum is where questions can be asked. To see photos of hair transplant cases done in Downtown Hair transplant clinic, go to Gallery. The Blog, Forum and Gallery pages are still under construction, please revisit after about a month.

- By Palash Mazumdar