গুৱাহাটী আৰু উত্তৰ পূর্বাঞ্চলত ড: পলাশজ্যোতি মজুমদাৰৰ দ্বাৰা চুলি সংৰোপন ব্যৱস্থা

আমাদের সম্পর্কে

ডাউন টাউন আৰোগ্যম চুলি সংৰোপন চিকিৎসা কেন্দ্রই ইতিমধ্যে গৌৰৱময় তিনিটা বর্ষ অতিক্রম কৰিছে আৰু অসমকে ধৰি

মেঘালয়, নাগালেণ্ড, অৰুণাচল, মিজোৰাম, ত্রিপুৰা আৰু মণিপুৰৰ ৩০০ (তিনিশ)তকৈ অধিক ৰোগীক চিকিৎসা প্রদান কৰি সুফল লাভ কৰিছে।

ড: পলাশজ্যোতি মজুমদাৰ আৰু ডাউন টাউন আৰোগ্যম কেশ সংৰোপন চিকিৎসা কেন্দ্রই অসম তথা উত্তৰ-পূর্বাঞ্চলত সর্বপ্রথম সর্বোত্তম চিকিৎসা পদ্ধতিৰে

FUE মাধ্যমেৰে চুলি পুনৰ সংৰোপনৰ পথ মুকলি কৰিছে যি আটাইতকৈ কার্যক্ষম, পীড়াহীন আৰু সম্পূর্ণ আৰামদায়ক চিকিৎসা।

img

why choose us

প্রতিটো ক্লিনিকে তেওঁলোকৰ কামখিনি সত্য আৰু সঠিক বুলি সদায়েই দাবী কৰে যদিও এইটো বিচাৰ বিবেচনা কৰাটো যথেষ্ট টান কাম। কিন্তু আটাইতকৈ ভাল ফলাফল পাবলৈ হলে এইটো অতি প্রয়োজন। হেয়াৰ ট্রাঞ্চপ্লেন্টৰ বিষয়ে এইটো এটা প্রতিষ্ঠিত নিয়ম, কিন্তু সস্তাৰ ক্লিনিকবোৰে উজু আৰু চমু বাটেৰে ধন ঘটিবলৈ সদায়েই চেষ্টা চলাই থাকে। ইয়াৰ বাবে ব্যৱহৃত যন্ত্রপাতি যিমানখিনি সম্ভব কম দামত কিনিলৈ সেইবোৰ ব্যৱহাৰ কৰি অধিক লাভৰ চেষ্টা কৰি থাকে।

Disclaimer: Hair Transplant is a Medical procedure and results can vary from person to person

cost in hair transplant

Cost in Hair Transplant procedures vary widely.

সংৰোপন পদ্ধতি লৈয়ো খৰচৰ তাৰতম্য হ'ব পাৰে।

A graft is a collection of hair follicles - hair follicles do not exist singly but are grouped into clusters and these clusters are called follicular units or grafts. Grafts are extracted and planted individually and each graft contains 1,2,3 or even more number of hairs. Strip method তকৈ FUEত খৰচ বেছি, কিন্তু FUE আটাইতকৈ নির্ভৰযোগ্য পদ্ধতি। অতি কম সংখ্যক চিকিৎসকৰহে এই চিকিৎসাৰ জ্ঞান আছে। FUE পদ্ধতিয়ে Strip methodতকৈ বহু বেছি সময়ো লয়।

অতি উচ্চ পর্যায়ৰ সুবিধাযুক্ত চিকিৎসালয়ৰ খৰচ এখন কম সুবিধাযুক্ত চিকিৎসালয় এখনতকৈ বেছি হোৱাটো স্বাভাৱিক।

  • স্থান বিশেষেও খৰচৰ পার্থক্য থাকে।
  • এখন বৃহৎ মহানগৰতকৈ সৰু নগৰত খৰচ বহু কম হ'ব।
  • ব্যক্তি বিশেষেও তাৰতম্য হ'ব পাৰে।
 
img

Contact Us

Contact Information for Dr. P. J. Mazumdar
ড০ পলাশজ্যোতি মজুমদাৰ
আৰোগ্যম চুলি সংৰোপন কেন্দ্র

সাক্ষাতৰ সময়:

অৱস্থিতি
ডাউন টাউন হস্পিটেল
গুৱাহাটী, অসম
ফোন ০৯৮৬৪০১৪০৪৬

ডাউন টাউন হস্পিটেল:
দেওবাৰৰ বাহিৰে আন সকলো দিনত দুপৰীয়া ১২ বজাৰ পৰা ৫ বজালৈ
ডাউন টাউন চুলি সংৰোপন কেন্দ্র কোঠা ১১৫, ১ নম্বৰ বিল্ডিং, ডাউন টাউন হস্পিটেল

আৰোগ্যম মাল্টি স্পেছিযেলিটি হেল্থ ক্লিনিক
দেওবাৰৰ বাহিৰে আন সকলো দিনত দুপৰীয়া ১২ বজাৰ পৰা ৭ বজা ঠিকনা:
আৰোগ্যম মাল্টি স্পেছিযেলিটি হেল্থ ক্লিনিক ৰুক্মীনিগাওঁ, জি এছ ৰোড, ডাউন টাউন হস্পিটেলৰ পৰা প্রায় ৫০ মিটাৰ দূৰত্বত, ছয়মাইলৰ দিশে
PIBCO আৰু HDFC বেংকৰ বিপৰীত দিশত. ফোন: ০৯৮৫৪০৪১১১১, ০৩৬১২২৬৭৮৯৫

মুঠ খৰচ বা আন আন তথ্যৰ বিষয়ে জানিবলৈ বা সাক্ষাতৰ বাবে এই নম্বৰত এছ এম এছ বা ফোন কৰক ০৯৮৬৪০১৪০৪৬ বা ইমেইল কৰক arogyam@hairtransplantguwahati.com

F.A.Q

সততে উত্থাপন হোৱা প্রশ্নবোৰ:

নহয়। চুলি সৰা বা অন্য সমস্যাৰ চিকিৎসাও আমাৰ লগত আছে। যেতিয়া এজন লোকে আমাৰ লগত তেওঁৰ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ আহে, তেতিয়া প্রথমে আমি তেওঁৰ চুলিৰ প্রধান সমস্যাবিলাক জানি বুজি লওঁ আৰু তাৰ উচিত চিকিৎসাৰ পথ নিৰূপন কৰো। ঔষধৰ দ্বাৰা বিভিন্ন চুলিৰ সমস্যাৰ পৰা উপশম পোৱা যায়। যিবোৰ সমস্যা দৰবৰ দ্বাৰাই চিকিৎসা কৰাৰ ৰাস্তা থাকে প্রথমতে দৰৱেই প্রয়োগ কৰা যায়। যেতিয়া চুলি সংৰোপন অতি প্রয়োজনীয় তেতিয়াহে চুলি সংৰোপন কৰা যায়।

এই কৃত্রিম ব্যৱস্থাত খৰচৰ মাত্রাক লৈ সকলো ৰোগীয়েই চিন্তিত হয়। প্রত্যেকে জানিব বিচাৰে সমগ্র চিকিৎসা ব্যয় আৰম্ভণিৰ পৰা পিছলৈ উত্তম, আলপৈছান ধৰালৈকে ব্যয়ৰ পৰিমাণ কিমান হ'ব পাৰে। চুলি সংৰোপনত কেইবাটাও বিষয়ত খৰচ আহিব পাৰে। ষ্ট্রিপ মেথডতকৈ FUE মেথডত খৰচ বেছি। ডাউন তাউন হেয়াৰ ট্রেন্ষপ্লেণ্ট চেনটাৰে FUEৰ দ্বাৰা উত্তৰ পূর্বাঞ্চলৰ ৰোগীসকলক একেবাৰে কম খৰচতে এই চিকিৎসা প্রদানৰ প্রতিশ্রুতি ৰক্ষা কৰিছে।

চুলি সংৰোপনৰ খৰচৰ বিষয়ে অধিক জানিবলৈ এই কথাখিনি পঢ়ক

Our Results

Gallery of Hair Transplant cases of Arogyam Hair Transplant Clinic Guwahati
image
image
image

Our Articles

 

চুলি সৰাৰ চিকিৎসা কি আছে? ইয়াক কিদৰে ৰোধ কৰিব পাৰি? চুলি সৰাৰ চিকিৎসা কৰাৰ কিবা কার্যকৰী বিশ্বাসযোগ্য চিকিৎসা পদ্ধতি আছেনে?

অতি পুৰণি কালৰ পৰাই অসংখ্য পুৰুষক এই প্রশ্নবিলাকে আমনি দি আহিছে। যুগ যুগান্তৰৰ এই উত্তৰহীন প্রশ্নৰ সম্পূর্ণ বিজ্ঞানসন্মত উত্তৰ একৈশ শতিকাত পোৱা গ'ল- চুলি সংৰোপন (H.T.) ব্যৱস্থাৰ দ্বাৰা। FUE প্রক্রিয়াৰে সম্ভৱ হোৱা এই অত্যাধুনিক চিকিৎসা বর্তমান অসমৰ গুৱাহাটীকে ধৰি সমগ্র উত্তৰ পূর্বাঞ্চলত উপলব্ধ।

Continue reading

ুলি সংৰোপন হৈছে সেই ব্যৱস্থা য'ত এজন ৰোগীৰ তপা হোৱা অংশলৈ আন অংশৰ পৰা চুলি তুলি আনি সংৰোপন কৰা হয়।

প্রাথমিকতে এই পদ্ধতি কেৱল পুৰুষৰ ক্ষেত্রতে ব্যৱহাৰ হ'লেও মহিলাৰ ক্ষত্রতো প্রযোজ্য কৰিব পৰা হ'ল। চুলি দহন, অস্ত্রোপচাৰজনিত কাৰণ অথবা চাপজনিত ৰোগত চুলি নাইকিয়া হ'লেও এই পদ্ধতিত স্থায়ী ফল পোৱা যায়।

Continue reading

image

Dr. P. J. Mazumdar is the only ABHRS

(American Board of Hair Restoration Surgery) Certified Diplomate in the NE. American Board Certification is achieved through a long process requiring evidence of excellent results and skilled experience, and passing a tough oral and theoretical examination. It ensures adherence to international norms of the ISHRS and ABHRS.

Read More

Quote Of The Day

Lorem ipsum dolor sit amet consectetur adipiscing elit magnis lectus, etiam facilisis semper nam varius dictumst posuere class justo nunc, vulputate turpis at tellus fusce diam sociosqu rutrum. n hac nascetur vehicula dui tincidunt massa viverra dis mi, tempus pellentesque rhoncus felis nostra malesuada nisl habitasse id mus, faucibus parturient magnis neque est sollicitudin iaculis donec.

Our testimonials

Read More

Google Review

Please leave a Google Review

if you have enjoyed our services 

Review Us

Contact us

For more info on Hair Transplant, fill in the details below and submit: Our Representative will contact you very shortly.

New: Online consultation tool for graft estimate.

Upload five pictures of your head - front, back,top, left and right profile, to get an estimate of the grafts that you will need.

মানদণ্ডৰ সুনিশ্চিতি:

আৰোগ্যম চুলি সংৰোপন কেন্দ্রই এজন ৰোগীয়ে যাতে চুলি সংৰোপনৰ জৰিয়তে উন্নত মানৰ ফলাফল লাভ কৰে তাৰ বাবে পর্যায়ক্রমে সর্বতোপ্রকাৰৰ ব্যৱস্থা গ্রহণ কৰে। সঠিক গুণগত মেইনটেইনাঞ্চৰ চাবিকাঠিটো হ'ল পৰিমাপযোগ্য উন্নত মানদণ্ডৰ চিকিৎসা পদ্ধতিৰ প্রয়োগ আৰু নির্দিষ্ট সময়ৰ অন্তৰে অন্তৰে লৈ থকা বিশেষ ব্যৱস্থা তথা পৰামর্শ সমূহ। ডাউন টাউন হস্পিটেল এখন ISO 9001:2008 আৰু NABHৰ দ্বাৰা স্বীকৃত চিকিৎসালয়, যিয়ে উন্নত মানৰ চিকিৎসা প্রদানৰ সৈতে কোনোদিনে আপোচ কৰা নাই। পর্যায়ক্রমে ল'ব লগা ব্যৱস্থা সমূহ হ'ল:

 নিৰাপদ চিকিৎসা সুনিশ্চিত: ডাউন টাউন হস্পিটেলৰ নিজা OT ত সজ্ঞানাশক চিকিৎসক (anaesthesiologists) আৰু চিকিৎসা সেৱা বিশেষজ্ঞ (critical care specialists)ৰ উপস্থিতিত এই চিকিৎসা প্রদান কৰা হয়। সেয়েহে চুলি সংৰোপন কৰা ব্যক্তিসকলে অন্যান্য জটিল ৰোগৰ অস্ত্রোপচাৰ হোৱা, আনকি শৰীৰৰ আন অংগ সংৰোপন কৰা ৰোগীসকলৰ দৰেই সমানে গুৰুত্ব আৰু সেৱা পায়।  

Sterilisation নিশ্চিতি: যিহেতু গোটেই প্রক্রিয়াটো নিজা OTত সম্পন্ন কৰা হয়, সেয়ে ইয়াত ৰোগীজন বিজাণুৰ দ্বাৰা অক্রান্ত হোৱাৰ কোনো আশংকা নাথাকে। প্রতি সপ্তাহতে fumigation বা গেছ প্রয়োগৰ জৰিয়তে আৰু swab test বা বিজাণুৰোধী সামগ্রী প্রয়োগৰ জৰিয়তে বিজাণু নাশ কৰা হয়।

পাৰদর্শিতাৰ গুণাগুণ নির্ণয়: এই প্রক্রিয়াত সংৰোপনৰ গতিবেগ আৰু লেনদেনৰ অনুপাত আদি চোৱা যায় আৰু প্রতি ১০ টা অস্ত্রোপচাৰৰ পিছত পুনর্নিৰীক্ষণ কৰা যায়। আৰোগ্যম চুলি সংৰোপন কেন্দ্রই এই ক্ষেত্রত এটা আন্তঃৰাষ্ট্রীয় মান দখল কৰিছে। সঠিক সংগ্রাহক ঘনত্বৰ বাবে Density stamps ৰ ব্যৱহাৰ আছে। চুলিৰ সঠিক স্থান আৰু কৌণিক দিশ আদি নিখুঁটভাৱে পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে ইয়াত চিকিৎসা সম্পন্ন কৰা হয়।

শৰীৰৰ সময়: মানৱ দেহে প্রতিগুচ্ছ নতুন চুলি গ্রহণ কৰি তাক শৰীৰৰ সৈতে খাপ খোৱাই লবৰ বাবে নির্দিষ্ট এক সময় লয়। আৰোগ্যম চুলি সংৰোপন কেন্দ্রই কথাটোৰ প্রতি অতি সুক্ষ্ম দৃষ্টি ৰাখে কিয়নো এইটোৱেই চুলি সংৰোপনৰ অটাইতকে ডাঙৰ প্রত্যাহ্বান। এই সময়খিনি যাতে নূন্যতম হয় তাৰ প্রতি আৰোগ্যম চুলি সংৰোপন কেন্দ্রই চকু ৰাখে্। সেয়ে তেওঁলোকে এজন ব্যক্তিৰ তালুত প্রথমে কেৱল 1000 ডাল চুলি সংৰোপন কৰি তাক পুনৰ সংৰোপন কৰে। এই কথাটোৰ জৰিয়তে শৰীৰৰ সময়টো এঘণ্টাতকৈ কম হোৱাটো সুনিশ্চিত কৰে। এইয়াই হৈছে এই প্রক্রিয়াই ল'ব পৰা সকলোতকৈ কম সময়। আন বহু কেন্দ্রই এই একে প্রক্রিয়াৰ বাবে সময় লয় ৪-৫ ঘণ্টা বা ততোধিক। আমি এই শৰীৰ সময়কলৈ গৌৰৱান্বিত। এই প্রক্রিয়াত কিছু সময় খৰচ হয় যদিও ইয়াৰ ফলাফল অতি চমৎকাৰ।

অস্ত্রোপচাৰুত্তৰ কালচোৱা বা Follow Up পর্যায়টো আৰু অধিক প্রত্যাহ্বান পূর্ণ কিয়নো এই পর্যায়ত এজন ৰোগীয়ে তেওঁৰ চুলিৰ বৃদ্ধি আৰু বিকাশ সম্পর্কে অনেক শংকা আৰু উদ্বেগত ভূগে। ড০ Pই. জে মজুমদাৰ এই ক্ষেত্রত ৰোগীসকলৰ বাবে সদায়ে উপলব্ধ হৈ আছে আৰু কোনো ৰোগীয়ে তেওঁৰ সৈতে ব্যক্তিগতভাৱে কথা পাতিবলৈ তেখেতৰ ব্যক্তিগত ফোন নাম্বাৰত যোগাযোগ কৰিব পাৰে।

 

ড০ পি.জে মজুমদাৰৰ শিক্ষাগত অর্হতাৰ বিষয়ে সবিশেষ তথ্য ইয়াত লাভ কৰিব পাৰে (Link to Academic Certificates) তেওঁৰ ৰিজিউম ইয়াত চাব পাৰে: ৰিজিউম।(Link to Resume) যোগাযোগৰ ঠিকনা আৰু আন আন তথ্যৰ বাবে যোগাযোগলৈ যাওক। (Link to Contact) এই ব্লগটোত মূলতঃ চুলি সংৰোপনৰ বিষয়ে লেখনি আছে। ডাউন টাউন চুলি সংৰোপন কেন্দ্রত হোৱা চুলি সংৰোপনৰ ছবি চাবলৈ গেল্যাৰীলৈ যাওক। ব্লগ, ফ'ৰাম আৰু গেল্যাৰী পৃষ্ঠাসমূহ এতিয়াও নির্মাণৰত অৱস্থাত আছে। অনুগ্রহ কৰি প্রায় এমাহৰ পিছত আকৌ এবাৰ চাওক।

- By Palash Mazumdar